মৰণান্তিত।। অসমীয়া নতুন কবিতা ।। New Assamese Poem ।। 2021

মৰণান্তিক নামৰ এটি কবিতা আগবঢ়ালো । আশাকৰো পূৰ্বদৰেই আমাক মৰম দি আগুৱাই লৈ যাব । লগতে গঠনমূলক পৰামৰ্শৰ আশাৰে ।

কবি:- জ্যোতিপ্ৰসাদ দলৈ

সংগীত:- শংকৰজ্যোতি মহন্ত

আবৃত্তি/সম্পাদনা:- অসীম পল খৰাই

ধন্যবাদেৰে লাংৰা পৰিয়াল।

Comments

  • No comments yet.
  • Add a comment